দন্ত  স্কেলিং মানে কি ? | Teeth Cleaning/ Dental Scaling in Assamese | Dr Manjil Mousam Sabanya

Dr Manjil Mousam Sabanya31 January 20267:13147 views

About this video

দন্ত স্কেলিং হৈছে এটা পেচাদাৰী দন্ত চিকিৎসা প্ৰক্ৰিয়া, যাৰ মাধ্যমেৰে দাঁতৰ ওপৰত থকা প্লাক আৰু টাৰ্টাৰ (কঠিন হৈ যোৱা প্লাক) অপসাৰণ কৰা হয়, যি দাঁতৰ আলুৰ তলতও থাকিব পাৰে। এই প্ৰক্ৰিয়াটোৱে  ৰোগ নিৰাময় আৰু প্ৰতিৰোধ দুয়োটাত সহায় কৰে। এই সন্দৰ্ভত ডাঃ মঞ্জিল মৌচম সাবণ্যৰ পৰা জানোঁ‌ আহক।