শিশুৰ দৃষ্টিশক্তিৰ সমস্যা আৰু ইয়াৰ লক্ষণ | Vision problem in Children, Assamese | Dr Iva Rani Kalita

Dr Iva Rani Kalita9 May 20246:44257 views

About this video

বিভিন্ন সময়ত বিভিন্ন কাৰণত শিশুৱে দৃষ্টিশক্তিৰ সমস্যাত ভোগে। শিশুৰ দৃষ্টিশক্তিৰ সমস্যাই কেনেদৰে প্ৰভাৱিত কৰে, ইয়াৰ লক্ষণসমূহ কি কি এই সকলোবোৰ তথ্য বিশ্লেষণ কৰিছে ড০ ইভা ৰাণী কলিতাই।