দাঁতৰ হালধীয়া বা ৰং সলনি হোৱা: চিকিৎসা | Yellow Teeth: How to Treat? in Assamese | Dr Sailendra Das
About this video
বয়স বৃদ্ধি, মুখৰ দুৰ্বল পৰিষ্কাৰ-পৰিচ্ছন্নতা, ধূমপান, কফি বা চাহ সেৱন, আৰু কিছুমান ঔষধকে ধৰি বিভিন্ন কাৰণৰ ফলত দাঁত হালধীয়া বা বিবৰ্ণ হ “ব পাৰে। তেন্তে, হালধীয়া দাঁত কি, সেইবোৰৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব? এগৰাকী দন্ত চিকিৎসক ডাঃ শৈলেন্দ্ৰ দাসৰ পৰা অধিক জানিব পাৰি।