দাঁতৰ গহ্বৰৰ সমস্যা মানে কি? | Dr Rituraj Barman on Oral Cavity in Assamese | Signs & Treatment
About this video
দাঁতৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ হোৱা সমস্যাবিধ হৈছে দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা ৷ বহু লোকে এই দাঁত পোকে খোৱা সমস্যা হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ পদ্ধতিসমুহৰ লগত অৱগত নহয়। গতিকে জানো আহক দাঁত কেভিটি মানে কি আৰু আমাক ইয়াৰ বিষয় অৱগত কৰাব দন্ত চিকিৎসক ডক্তৰ ঋতুৰাজ বৰ্মণ। দাঁতৰ গহ্বৰ( Tooth Cavity)ৰ সমস্যা মানে কি? দাঁত পোকে খোৱা মূল কাৰণসমূহ ? দাঁতৰ গহ্বৰৰ আৰম্ভণি কি ধৰণে হয়? দাঁত ব্ৰাছ কৰা প্ৰক্ৰিয়া? দাঁতৰ গহ্বৰৰ বা কেভিটিৰ চিকিৎসাৰ ধৰণসমূহ? ৰুট কেনেলৰ চিকিৎসাৰ পদ্ধতি? ৰুট কেনেল কিমান দূৰ কষ্টদায়ক? সময়মতে দাঁত পোকে খোৱাৰ চিকিৎসা ন’হলে হোৱা সমস্যাসমূহ? Among all the oral problems we witness today, toothache or oral cavity is the most widespread problem. Maximum of the population are not even aware of the serious implications toothache can cause and the treatment methods for the same. Let's know more from Dr Rituraj Barman, a Dental Surgeon. What is tooth decay or cavity? Causes of cavity Symptoms of cavity How to brush your teeth properly? Treatment of tooth cavity What is the procedure for Root Canal? Many people think Root canal is very painful. How far is it true? If not treated in time, what problems can toothache lead to?