চকুৰ যত্ন কেনেকৈ ল’ব লাগে? | Tips for Eye Care, in Assamese | Healthy Eye | Dr Iva Rani Kalita

Dr Iva Rani Kalita23 May 20245:18422 views

About this video

চকু আমাৰ দেহৰ এটি গুৰুত্বপূৰ্ণ অংগ। চকুৰ বাবেই আমি এই পৃথিৱীখন দেখা পাওঁ। চকু ভালে ৰাখিবলৈ দৈন্দিন জীৱনত আমি বিভিন্ন দিশ মানি চলিব লাগে। এই আটাইবোৰ কথা ব্যক্ত কৰিছে চকুৰোগ বিশেষজ্ঞ ড০ ইভা ৰাণী কলিতাই।