ভিটামিন ডি: কিয় প্ৰয়োজনীয়? | Vitamin D Deficiency in Assamese | Causes & Symptoms| Dr Dishani Das

Dr Dishani Das23 September 20236:388.8K views

About this video

হাড় আৰু দাঁত সুস্থ কৰি ৰখাৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ই শৰীৰত প্ৰদাহ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰাকে ধৰি আন বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে, ইয়াৰ কাম কি আৰু আমি কেনেকৈ ভিটামিন ডিৰ অভাৱৰ পৰা হাত সাৰিব পাৰো? সাধাৰণ চিকিৎসক ডাঃ দিশানি দাসৰ পৰা অধিক জানো আহক।