Skip to main content

গ্ল'ক'মা : চিকিৎসা আৰু প্ৰতিৰোধ | Glaucoma: Symptoms & Treatment in Assamese | Dr Sunanda Nandi

Dr Sunanda Nandi6 February 20248:061.2K views

About this video

গ্ল'ক'মাহ’ল চকুৰ ৰোগৰ এটা গোট যিয়ে আপোনাৰ চকুৰ পিছফালে থকা অপটিক নাৰ্ভ নামৰ স্নায়ু এটাক ক্ষতিগ্ৰস্ত কৰি দৃষ্টিশক্তি হেৰুৱাই অন্ধতা সৃষ্টি কৰিব পাৰে। গতিকে, আমি গ্ল’ক’মাৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো? চকুৰ বিশেষজ্ঞ সুনন্দ নন্দীৰ পৰা অধিক জানো আহক।