আমাৰ দাঁতসমূহ কেনেদৰে সুস্থ কৰি ৰাখিব পাৰোঁ? | How to Keep Teeth Healthy? |Dr Manjil Mousam Sabanya
About this video
দাঁতসমূহ সুস্থ কৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী । ইয়াৰ সহায়ত আমি কেভিটী তথা দাঁতৰ আলুৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। সুস্থ দাঁতে আমাক বহু বেমাৰ যেনে ডায়েবেটিছ ,হাৰ্টৰ বেমাৰ ইত্যাদিৰ পৰা আঁতৰত ৰাখি আত্মবিশ্বাসেৰে কথা ক’বলৈ আৰু হাঁহিবলৈ অনুমতি দিয়ে, যিয়ে জীৱনৰ মানদণ্ড উন্নত কৰে । আমি ডাঃ মঞ্জিল মৌচম সাবণ্য ৰ পৰা এই সন্দৰ্ভত জানি লওঁ আহক ।