গ্ল’ক’মা কি আৰু ইয়াৰ কাৰণ কি | Glaucoma in Assamese | Dr Jayanta K Das
About this video
গ্ল’ক’মা হৈছে চকুৰ এনে এক গোট যিয়ে চকুৰ স্নায়ুৰ ক্ষতি কৰে, যাৰ স্বাস্থ্য ভাল দৃষ্টিশক্তিৰ বাবে অতি প্ৰয়োজনীয়। আপোনাৰ চকুত অস্বাভাৱিকভাৱে উচ্চ চাপৰ ফলত প্ৰায়ে এই ক্ষতি হয়। গ্ল’ক’মাৰ কাৰণ কি? এই বিষয়ে অধিক জানিবলৈ আহক ড০ জয়ন্ত দাসৰ পৰা।