এইডছ : উপচাৰ আৰু প্ৰতিৰোধ | HIV/AIDS: Treatment and Prevention, Assamese | Dr Tulika Goswami Mahanta
About this video
হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰা ভাইৰাছ। এইচ আই ভিৰ চিকিৎসা নকৰিলে এক্ৱাইৰড ইমিউন’ডেফিচিয়েন্সি চিনড্ৰম হ’ব পাৰে। গতিকে, আমি ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো? কমিউনিটি মেডিচিন ডাক্তৰ তুলিকা গোস্বামীৰ পৰা অধিক জানো আহক।