স্ট্ৰেবিচমাচ আৰু ইয়াৰ লক্ষণ | Treatment of Squint Eye / Crossed Eye in Assamese | Dr Iva Rani Kalita

Dr Iva Rani Kalita2 May 20246:40427 views

About this video

স্ট্ৰেবিচমাচ, যাক আমি বেকা চকু বুলি কওঁ। বিভিন্ন সময়ত শিশু এই সমস্যাত ভোগা দেখা যায়। এই সমস্যাৰ সমাধানৰ কথা উল্লেখ কৰিছে চকুৰোগ বিশেষজ্ঞ ড০ ইভাৰাণী কলিতাই।