শুকান চকুৰ পৰা কেনেকৈ সকাহ পাব? | Treatment of Dry Eye Syndrome, in Assamese | Dr Indrani Goswami
About this video
চকুৰ পানীয়ে চকুত পৰ্যাপ্ত আৰ্দ্ৰতা প্ৰদান কৰিব নোৱাৰিলে ড্ৰাই আই চিনড্ৰম, যাক জেৰ’ফ্থালমিয়া বুলিও কোৱা হয়। ইয়াৰ ফলত শুকানতা, গ্ৰিটিনেছ, ৰঙা পৰা, বিৰক্তি, দৃষ্টিশক্তি ম্লান হোৱা, জ্বলা-পোৰা কৰা, পোহৰৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি হোৱাৰ অনুভৱ হ’ব পাৰে। গতিকে, ইয়াৰ লক্ষণ, চিকিৎসা আৰু প্ৰতিৰোধ কি কি? চকুৰ চিকিৎসক ডাঃ ইন্দ্ৰাণী গোস্বামীৰ পৰা অধিক জানো আহক।