Skip to main content

প্ৰজনন কালত কি কৰিব লাগে আৰু কি কৰিব নালাগে? | What is Reproductive Period? Assamese | Dr Rina Ahmed

Dr Rina Ahmed28 March 202615:07159 views

About this video

মতা আৰু মহিলাৰ ক্ষেত্ৰত যৌৱনকালৰ পৰাই প্ৰজনন পৰ্যায় আৰম্ভ হয়। মাইকী মানুহৰ প্ৰজনন পৰ্যায় ৫০ বছৰ বয়সৰ ভিতৰত বন্ধ হৈ যায়, পুৰুষৰ ক্ষেত্ৰত অৱশ্যে প্ৰজনন পৰ্যায় আজীৱন থাকে। গতিকে, এই সময়ছোৱাত হৰম’নৰ পৰিৱৰ্তন আৰু কি কি কৰিব লাগে, কি কৰিব নালাগে? স্ত্ৰীৰোগ বিশেষজ্ঞ ৰিনা আহমেদৰ পৰা অধিক জানো আহক।