Skip to main content

বৃদ্ধসকলৰ মৌখিক যত্নৰ টিপছ | Elderly Oral Care Tips in Assamese | Dr Manjil Mousam Sabanya

Dr Manjil Mousam Sabanya25 April 20263:5118 views

About this video

বয়সৰ লগে লগে আমি প্ৰত্যেকটো ক্ষেত্ৰতে অকণমান সতৰ্ক হ'ব লাগিব  । বয়সৰ লগে লগে আমি আমাৰ দাঁ‌ত সমূহ কেনেদৰে ভালে ৰাখিব লাগে,সেই সন্দৰ্ভত ডাঃ মঞ্জিল মৌচম সাবণ্যৰ পৰা জানি লওঁক আহক  ।