মুখৰ দুৰ্গন্ধৰ পৰা কেনেকৈ মুক্তি পাব পাৰি? | Bad Breath/ Halitosis in Assamese | Dr Arpita Kashyap

Dr Arpita Kashyap13 September 20225:487.2K views

About this video

মুখৰ দুৰ্গন্ধ, যাক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা হেলিট’ছিছ বুলি কোৱা হয়, দাঁতৰ স্বাস্থ্যৰ দুৰ্বল অভ্যাসৰ ফলত হ’ব পাৰে আৰু ই অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বাবে উপযুক্ত যত্নৰ প্ৰয়োজন। এই বিষয়ত আমাৰ বিশেষজ্ঞ ডাঃ অৰ্পিতা কাশ্যপৰ পৰা শুনো আহক।