কনজাংটিভাইটিছ: লক্ষণ আৰু প্ৰতিৰোধ | Treatment of Conjunctivitis / Pink Eye, Assamese | Dr Emee Gogoi

Dr Emee Gogoi22 August 202312:28409 views

About this video

কনজাংটিভাইটিছ বা গোলাপী চকু হ’ল চকুৰ মণিৰ বগা অংশ ঢাকি ৰখা কনজাংটিভাত হোৱা বিষ বা প্ৰদাহ। এলাৰ্জী বা বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত হ’ব পাৰে। কনজাংটিভাইটিছ অত্যন্ত সংক্ৰামক হ’ব পাৰে আৰু সংক্ৰমিত ব্যক্তিৰ চকুৰ নিঃসৰণৰ সংস্পৰ্শলৈ আহিলে ই বিয়পে। গতিকে, কনজাংটিভাইটিছৰ প্ৰকাৰ আৰু প্ৰতিৰোধৰ উপায় কি কি? চকুৰ বিশেষজ্ঞ ডাঃ ইমী গগৈৰ পৰা অধিক জানো আহক।