চাইনাছ সংক্ৰমণ: লক্ষণ আৰু চিকিৎসা | Sinusitis/ Sinus Infection, in Assamese | Dr Akriba Ahmed

Dr Akriba Ahmed17 December 20245:443.7K views

About this video

চাইনাচাইটিছ হৈছে চাইনাছৰ প্ৰদাহ বা সংক্ৰমণ, সাধাৰণতে ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা হোৱা। লক্ষণসমূহ হ’ল- নাকৰ পৰা স্ৰাৱ ওলোৱা, মুখ, কপাল, আৰু চকুত বিষ আৰু চাপ। গতিকে, ইয়াৰ কাৰণ কি আৰু ইয়াৰ চিকিৎসা কেনেকৈ কৰিব লাগে? জ্যেষ্ঠ পৰামৰ্শদাতা ই এন টি আৰু এলাৰ্জী বিশেষজ্ঞ ডাঃ আক্ৰিবা আহমেদৰ পৰা অধিক জানো আহক।