অপুষ্টি কি? | Causes of Malnutrition in Children in Assamese | Dr Indira Das
About this video
অতিপুষ্টি বা পুষ্টিহীনতাৰ ফলত হোৱা অপুষ্টি এটা প্ৰচলিত সমস্যা। এই সমস্যা ৰোধ কৰা খুব আৱশ্যক। ডক্তৰ ইন্দিৰা দাস, এজন অভিজ্ঞ শিশু ৰোগ বিশেষকে আমাক অপুষ্টিৰ বিষয়ে অৱগত কৰাব।