বৃক্ক ডায়েলাইছিছ: প্ৰয়োজন আৰু প্ৰকাৰ | Kidney Dialysis in Assamese | Dr Sweety Kakoti

Dr Sweety Kakoti20 July 20235:152.7K views

About this video

যিসকল লোকৰ বৃক্কে প্ৰাকৃতিকভাৱে এই কামবোৰ আৰু কৰিব নোৱাৰে তেওঁলোকৰ তেজৰ পৰা অতিৰিক্ত পানী, দ্ৰৱীভূত পদাৰ্থ আৰু বিষাক্ত পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়াটোৱেই হ’ল কিডনী ডায়েলাইছিছ। গতিকে, ইয়াৰ প্ৰয়োজন কিয় আৰু ইয়াৰ প্ৰকাৰ কি? নেফ্ৰ'লজিষ্ট ডাঃ ছুইটি কাকোটিৰ পৰা অধিক জানো আহক।