খাদ্য এলাৰ্জী: ধৰা পেলোৱা আৰু পৰিহাৰ কৰা | Food Allergies in Assamese | Dr Nitin Bhartia
About this video
যেতিয়া কিছুমান বিশেষ বস্তু আমাৰ শৰীৰৰ লগত খাপ নাখায়, তেতিয়া সেইবোৰে এলাৰ্জীৰ সৃষ্টি কৰে। ইয়াৰে এটা হ’ল ফুড এলাৰ্জী। সাধাৰণতে কি কি খাদ্যৰ ফলত খাদ্য এলাৰ্জী হয়? এই ধৰণৰ এলাৰ্জী হোৱাৰ কাৰণ কি আৰু এই সমস্যা নিৰাময় কৰিব পাৰিনে?চিকিৎসক ডাঃ নীতিন ভাৰতিয়াৰ পৰা অধিক জানো আহক।