টেনিছ এলবো বিষ: কাৰণ আৰু চিকিৎসা | Tennis Elbow Pain in Assamese | Treatment | Dr Krishanu Kakati
About this video
টেনিছ এলবো, এলবো পেশী আৰু টেণ্ডনৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত হ’ব পাৰে। গতিকে, ইয়াৰ লক্ষণসমূহ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? অধিক জানো আহক কৃষানু কাকতি, এজন অস্থিৰোগ বিশেষজ্ঞৰ পৰা |