শিশুৰ অতিসাৰ: চিকিৎসা কি? | Diarrhoea (Loose Motions) in Children, Assamese | Dr Mridu Plaban Bora

Dr Mridu Plaban Bora15 December 202215:47717 views

About this video

শিশুৰ বেছিভাগ ডায়েৰিয়া ভাইৰাছৰ ফলত হয়। বেক্টেৰিয়া, পৰজীৱী, খাদ্যৰ পৰিৱৰ্তন (যেনে ফলৰ ৰস বেছিকৈ খোৱা), অন্ত্ৰৰ সমস্যা, কিছুমান ঔষধৰ ব্যৱহাৰৰ ফলতো ডায়েৰিয়া হ’ব পাৰে। আমাৰ বিশেষজ্ঞ ডাঃ মৃদু প্লাবন বৰাই উল্লেখ কৰা ডায়েৰিয়া প্ৰতিৰোধ কৰাত সহায়ক হোৱা কেইটামান উপায় আগবঢ়ালোঁ।