শ্ৰৱণ ক্ষমতা হেৰুৱা: চিকিৎসা আৰু প্ৰতিৰোধ | Hearing loss: How to treat? in Assamese | Sweety Boro

Sweety Boro30 January 202410:09461 views

About this video

শ্ৰৱণ ক্ষমতা হেৰুৱাই কেঁচুৱাৰ পৰা আৰম্ভ কৰি ৬০-৭০ বছৰীয়া লোকলৈকে সকলোকে প্ৰভাৱিত কৰিব পাৰে। বহু কথাই শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে, কিন্তু উচ্চ শব্দৰ সংস্পৰ্শলৈ অহাটোৱেই মানুহৰ এই অৱস্থাৰ আটাইতকৈ সাধাৰণ কাৰণ। গতিকে, আমি কেনেকৈ শ্ৰৱণ ক্ষমতা হেৰুৱাৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? শ্ৰৱণ বিশেষজ্ঞ ছুইটি বড়োৰ পৰা অধিক জানো আহক।