ভৰিৰ বিষ: ব্যায়াম | Physiotherapy for Foot Pain Relief in Assamese | Dr Jintumani Das

Dr Jintumani Das1 June 202311:45840 views

About this video

ভৰিৰ বিষৰ অৰ্থ হ’ল ভৰিৰ এটা বা ততোধিক অংশত হোৱা যিকোনো বিষ বা অস্বস্তি। থিয় হৈ থকাৰ সময়ত আৰু য’লৈ যাব লাগে তালৈ খোজ কাঢ়ি যোৱাৰ সময়ত ভৰি দুখনে ওজন বহন কৰে। ইয়াৰ কাৰণে ভৰিৰ বিষ সাধাৰণতে দেখা যায়। গতিকে ভৰিৰ বিষৰ পৰা উপশম পাবলৈ কি কি ফিজিঅ’থেৰাপি ব্যায়াম? ফিজিঅ'থেৰাপিষ্ট ডাঃ জিন্টুমণি দাসৰ পৰা অধিক জানো আহক।