অষ্টিঅ'পৰ'ছিছ: উপচাৰ আৰু প্ৰতিৰোধ | Osteoporosis in Assamese | Dr Monoranjan How Bora
About this video
অষ্টিঅ’পৰ’ছিছৰ লগত জড়িত হাড়ভঙা বেছিভাগেই নিতম্ব, হাতৰ কব্জি বা মেৰুদণ্ডত হয়। হাড় হৈছে এবিধ জীৱিত কলা যিটো অহৰহ ভাঙি সলনি হৈ থাকে। আমাৰ বিশেষজ্ঞ ডাঃ মনোৰঞ্জন হাউ বৰাৰ পৰা এই অৱস্থাৰ বিষয়ে অধিক জানিবলৈ আহক।