চুলিৰ কিদৰে যত্ন ল'ব লাগে? | Tips for Healthy Hair in Assamese | Hair Care | Dr Atul Bothra
About this video
বিভিন্ন সময়ত মানুহ চুলিৰ সমস্যাত ভুগে। চুলিত প্ৰচুৰ পৰিমাণে তেল লগোৱাৰ লগতে সুষম আহাৰ গ্ৰহণ কৰা উচিত। চুলিত কিদৰে চেম্পু লগোৱা উচিত, স্বাস্থ্যবান চুলিৰ বাবে কি কৰিব লাগে এই সকলোবোৰ ব্যক্ত কৰিছে চৰ্ম তথা চুলি ৰোগ বিশেষজ্ঞ ড০ অতুল বোথ্ৰাই।