স্তন কেন্সাৰওপৰত সজাগতা | Breast Cancer in Assamese | Causes & Prevention | Dr Gayatri Gogoi

Dr Gayatri Gogoi30 May 20237:0114K views

About this video

স্তনৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হৈ টিউমাৰৰ ৰূপ ল’ব পাৰে। এই টিউমাৰটোৱে পাছলৈ কেন্সাৰৰ ৰূপ লয়। স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পৰিলে অধিক ফলপ্ৰসূ চিকিৎসা লাভ কৰিব পাৰি। প্ৰথম পৰ্যায়ৰ পৰাই স্তন কেন্সাৰ কেনেকৈ নিৰ্ণয় কৰিব পাৰি? আহক অধিক জানো ডা গায়ত্ৰী গগৈৰ পৰা,