মেলাজমা: কাৰণ আৰু চিকিৎসা | Melasma/ Facial Pigmentation in Assamese | Dr Priti Rekha Doley
About this video
মেলাজমা হৈছে ছালৰ এক সাধাৰণ অৱস্থা যাৰ ফলত ক’লা ছালৰ দাগ গঠন হয়, প্ৰায়ে মুখমণ্ডলত। অধিক ৰ’দ থকা অঞ্চলত ইয়াৰ প্ৰৱণতা থাকে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই অৱস্থা বেছিকৈ দেখা যায় আৰু গৰ্ভাৱস্থাৰ দৰে হৰম’নৰ পৰিৱৰ্তনৰ সময়ত এই অৱস্থা দেখা দিব পাৰে। গতিকে, ইয়াৰ কাৰণ কি, আৰু ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰি? ছালৰ বিশেষজ্ঞ ডাঃ প্ৰীতি ৰেখা ড’লেৰ পৰা অধিক জানো আহক।