অষ্টিঅ’আৰ্থাইটিছৰ বাবে ফিজিঅ’থেৰাপি | Physiotherapy for Osteoarthritis | Ashutosh Raj Preetam

Ashutosh Raj Preetam22 November 20259:18190 views

About this video

অষ্টিঅ’আৰ্থাইটিছ  হৈছে এক সাধাৰণ ধৰণৰ আৰ্থাইটিছ, য’ত হাড়ৰ সংযোগস্থলত থকা ৰক্ষাকাৰী কাৰ্টিলেজ (হাড়ৰ আগৰ চেপেটা গজালীয়া স্তৰ) ধীৰে ধীৰে ক্ষয় হয়। যদিও অষ্টিঅ’আৰ্থাইটিছ সম্পূৰ্ণ ৰূপে ভাল কৰিব নোৱাৰি, তথাপি নিয়মিত দেহচর্চা, সুস্থ ওজন বজাই ৰখা আৰু অন্যান্য চিকিৎসা-পদ্ধতিসমূহ ব্যৱহাৰ কৰাৰ জৰিয়তে ইয়াৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায় । আমি ফিজিঅ'থেৰাপিষ্ট আশুতোষ ৰাজ প্ৰীতমৰ পৰা এই সন্দৰ্ভত অকণমান কথা জানি লওঁ‌ আহক।