পিসিওএস: কাৰণ | চিকিৎসা | Polycystic Ovary Syndrome (PCOS) in Assamese | Dr Pranay Phukan
About this video
পিসিওএস (PCOS) সম্পৰ্কে নাৰীসকলে বহুত চিন্তা কৰা পৰিলক্ষিত হয়। এই ৰোগৰ সৈতে যুঁজিবলৈ মহিলা সকলে কিছু গুৰুত্বপূৰ্ন কথা মনত ৰখা উচিত। সেয়েহে আমাক ইয়াৰ বিষয়ে অৱগত কৰাব স্ত্ৰীৰোগ বিজ্ঞান বিশেষক, Dr. Pranay Phukan.