চ’ৰিয়াটিক আৰ্থাইটিছ: লক্ষণ আৰু চিকিৎসা | Psoriatic Arthritis in Assamese | Dr Pranab Chowdhury
About this video
চ’ৰিয়াটিক আৰ্থাইটিছ হৈছে ছালৰ আৰু নখৰ দীৰ্ঘদিনীয়া ৰোগ চ’ৰিয়াচিছৰ সৈতে জড়িত এক প্ৰকাৰৰ বাতবিষ। চ’ৰিয়াচিছৰ ফলত ৰঙা, খোলাযুক্ত ফোহা আৰু ডাঠ, গাঁত থকা আঙুলিৰ নখ হয়। গতিকে, চ’ৰিয়াটিক আৰ্থাইটিছৰ লক্ষণ আৰু চিকিৎসা কি কি? বাত বিশেষজ্ঞ ডাঃ প্ৰণৱ চৌধুৰীৰ পৰা অধিক জানো আহক।