ডায়েৰিয়া আৰু ইয়াৰ স্বাস্থ্যজনিত প্ৰভাৱ? | Diarrhoea (Loose Motions) in Children | Dr Indira Das
About this video
ডায়েৰিয়া শিশুসকলৰ মাজত দেখা দিয়া এটা অতি সাধাৰণ সমস্যা। এই ৰোগৰ ফলত নানান সমস্যা দেখা দিয়ে। ডায়েৰিয়াৰ বিষয়ে বিস্তৃত ভাবে জনাব ডক্তৰ ইন্দিৰা দাস, শিশু চিকিৎসক। এই ভিডিওত আছে-