হাঁপানী হাওঁফাওঁৰ ৰোগৰ বিষয়ে অধিক জানো আহক | Asthma in Assamese | Dr Gitartha Baruah

Dr Gitartha Baruah20 September 202210:5929K views

About this video

হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী দৈনন্দিন জীৱনত হস্তক্ষেপ কৰিব পাৰে। ৰোগৰ উৎস প্ৰতিৰোধ আৰু সংশোধনৰ বাবে আমি সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। হাওঁফাওঁৰ লক্ষণসমূহ মেনেজ কৰিবলৈ আমি কি কৰিব পাৰো সেই বিষয়ে অধিক জানি লওঁ ডাঃ গীতাৰ্থ বৰুৱাৰ পৰা।