গৰ্ভাৱস্থাত কোনটো ব্যায়াম কৰিব লাগে? | Exercises during Pregnancy, in Assamese | Dr Priyanka Bhuyan

Dr Priyanka Bhuyan7 November 20235:59116 views

About this video

গৰ্ভাৱস্থাত সাধাৰণতে ব্যায়াম নিৰাপদ আৰু উপকাৰী যদিও বিশেষকৈ গৰ্ভাৱস্থা আগবাঢ়ি যোৱাৰ লগে লগে কিছুমান ব্যায়াম পৰিহাৰ কৰিব লাগে। এই ব্যায়ামবোৰে আঘাত বা জটিলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে, গৰ্ভাৱস্থাত কি কি ব্যায়াম কৰিব লাগে আৰু পৰিহাৰ কৰিব লাগে? ফিজিঅ’থেৰাপিষ্ট প্ৰিয়ংকা ভূঞাৰ পৰা অধিক জানো আহক।