Skip to main content

ডিঙিৰ সংক্ৰমণ: চিকিৎসা, প্ৰতিৰোধ | Throat Infection/ Pharyngitis in Assamese | Dr Tinku Moni Borah

Dr Tinku Moni Borah25 February 202510:3842K views

About this video

ডিঙিৰ সংক্ৰমণ হ’ল বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ যাৰ ফলত ডিঙিৰ প্ৰদাহ হয়। লক্ষণসমূহ হ’ল ডিঙিৰ বিষ, গিলিবলৈ অসুবিধা, জ্বৰ, লিম্ফ ন’ড ফুলা। ডিঙিৰ সংক্ৰমণ ভাইৰাছ, বেক্টেৰিয়া বা আন অণুজীৱৰ দ্বাৰা হ’ব পাৰে। গতিকে, ইয়াৰ কাৰণ কি, আৰু চিকিৎসা কি, আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? আহক আমি ই এন টি ডাঃ টিংকু মনি বৰাৰ পৰা অধিক জানো আহক।