ডেংগু: কাৰণ আৰু প্ৰতিৰোধ | Dengue in Assamese | Treatment & Prevention | Dr Aditya Goenka
About this video
ডেংগু হৈছে মহৰ পৰা মানুহলৈ বিয়পি পৰা ভাইৰাছজনিত সংক্ৰমণ। লক্ষণযুক্ত ডেংগু ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে মৃদুৰ পৰা মধ্যমীয়া, তীব্ৰ জ্বৰজনিত ৰোগ হিচাপে দেখা দিয়ে। মহে কামোৰাৰ চাৰিৰ পৰা দহ দিনৰ পিছত ডেংগু জ্বৰৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে আৰু তিনিৰ পৰা সাত দিনলৈকে থাকিব পাৰে। গতিকে, ইয়াৰ কাৰণ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? জৰুৰীকালীন চিকিৎসা বিষয়া আদিত্য গোৱেংকাৰ পৰা অধিক জানো আহক।