লিউকোৰিয়া: চিকিৎসা আৰু প্ৰতিৰোধ | White Discharge / Leukorrhea in Assamese | Dr Mallika Barman

Dr Mallika Barman10 February 20247:363.9K views

About this video

লিউকোৰিয়া, মাইকী মানুহৰ যোনিৰ পৰা বগা ৰঙৰ স্ৰাৱৰ প্ৰবাহ যিটো স্বাভাৱিক হ’ব পাৰে বা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। এনে স্ৰাৱ যোনি, ডিম্বাশয় বা সাধাৰণতে জৰায়ুৰ মুখৰ পৰা উৎপত্তি হ’ব পাৰে। গতিকে, আমি লিউকোৰিয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো? অধিক জানো আহক মল্লিকা বৰ্মন, এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ।