চিকুংগুনিয়া: উপচাৰ আৰু প্ৰতিৰোধ | Chikungunya: Symptoms & Treatment, in Assamese| Dr Tulika Goswami
About this video
চিকুংগুনিয়া ভাইৰাছ সংক্ৰমিত মহৰ কামোৰৰ ফলত মানুহলৈ বিয়পি পৰে। সংক্ৰমণৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল জ্বৰ আৰু গাঁঠিৰ বিষ। আন লক্ষণসমূহ হ’ব পাৰে মূৰৰ বিষ, পেশীৰ বিষ, গাঁঠি ফুলা বা ফোহা। গতিকে, আমি ইয়াৰ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰো? কমিউনিটি মেডিচিন ডাক্তৰ তুলিকা গোস্বামীৰ পৰা অধিক জানো আহক।