Skip to main content

ইনফ্লুৱেঞ্জা: লক্ষণ, প্ৰতিৰোধ | Influenza (Flu) in Assamese | Treatment | Dr Primadonna Saikia

Dr Primadonna Saikia26 August 20239:15836 views

About this video

ইনফ্লুৱেঞ্জা হৈছে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ অংশ নাক, ডিঙি আৰু হাওঁফাওঁৰ সংক্ৰমণ। ইনফ্লুৱেঞ্জাক সাধাৰণতে ফ্লু বুলি কোৱা হয়। ফ্লুত আক্ৰান্ত বেছিভাগ লোকেই নিজাববীয়াকৈ ভাল হয়। কিন্তু কেতিয়াবা ইনফ্লুৱেঞ্জা আৰু ইয়াৰ জটিলতা মাৰাত্মক হ’ব পাৰে। গতিকে, ইনফ্লুৱেঞ্জাৰ চিকিৎসা আৰু প্ৰতিৰোধৰ উপায় কি কি? সাধাৰণ চিকিৎসক ডাঃ প্ৰীমাডোনা শইকীয়াৰ পৰা অধিক জানো আহক।