Skip to main content

তেজ সঞ্চাৰণ | Blood Transfusion in Assamese | Dr Sudipta Sekhar Das

Dr Sudipta Sekhar Das5 March 202211:54249 views

About this video

তেজ সঞ্চাৰণ এটা খুব গুৰুতত্বপূৰ্ন বিষয়। সংক্ৰামিত ব্যক্তিৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয় তেন্তে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। সেয়েহে এই ক্ষেত্ৰত আমাক অৱগত কৰাব ৰক্তদান বিশেষক ডক্তৰ সুদিপ্ত চেখৰ দাসে।