গাট স্বাস্থ্য:খাব আৰু পৰিহাৰ কৰিবলগীয়া খাদ্য? | How to Improve Gut Health? | Nitumoni Borgohain
About this video
গাট স্বাস্থ্যৰ বাবে সঠিক আহাৰ অত্যন্ত গুৰুত্বপূর্ণ। পেটৰ ক্ষুদ্রাতিক্ষ্ণ জীৱাণুৰ সুষম পৰিস্থিতি বজাই ৰাখিবলৈ পুষ্টিকৰ খাদ্যৰ প্রয়োজন। ফলমূল, শাক-পাচলি, দই আৰু অখণ্ড শস্য পেটৰ ভিতৰত ভাল মাইক্রোবায়োম সৃষ্টি কৰে, যাৰ ফলত পাচন প্ৰক্ৰিয়া সঠিকভাবে চলে আৰু শক্তি শোষণ হয়। অধিক পৰিমাণে পৰিশোধিত আৰু তৈলাক্ত খাদ্য খোৱাৰ পৰা গাটোতে সমস্যা দেখা দিব পাৰে, সেয়ে স্বাস্থ্যকৰ আৰু প্ৰাকৃতিক আহাৰ খোৱাৰ অভ্যাস গঠন কৰা উচিত। সঠিক আহাৰে গাট স্বাস্থ্য সুস্থ আৰু সমৃদ্ধ থাকে। গতিকে, ইয়াৰ বাবে কি কি খাদ্য খাব লাগে আৰু পৰিহাৰ কৰিব লাগে? আহক আমি ডায়েটিচিয়ান নিতুমনি বৰগোহাঁইৰ পৰা অধিক জানো।