কঁ‌কালৰ বিষৰ কাৰণসমূহ কি? | Lower Back Pain: Are you suffering? Assamese | Ashutosh Raj Preetam

Ashutosh Raj Preetam25 October 202510:28152 views

About this video

কঁ‌কালৰ বিষ হৈছে পিঠিৰ তলৰ অংশত অনুভৱ হোৱা তীব্ৰতা , ওখহি উঠা অথবা তেজ চলাচলত বাধা আহি পৰিলে অনুভৱ হোৱা বিষ । এই বিষয়ে আৰু ইয়াৰ লগত জড়িত ফিজিঅ'থেৰাপি সমূহৰ বিষয়ে আশুতোষ ৰাজ প্ৰীতমৰ পৰা জানো আহক ।