ফেটি লিভাৰ: প্ৰতিৰোধ আৰু চিকিৎসা | Fatty Liver in Assamese | Symptoms & Treatment | Dr Quincy Chutia
About this video
যকৃতত অতিৰিক্ত চৰ্বি জমা হৈ থকাৰ ফলত হোৱা এক সাধাৰণ অৱস্থা হ’ল ফেটি লিভাৰ ডিজিজ। বেছিভাগ মানুহৰে কোনো লক্ষণ দেখা নাযায়, আৰু ই তেওঁলোকৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি নকৰে। কিছুমান ক্ষেত্ৰত অৱশ্যে ইয়াৰ ফলত যকৃতৰ ক্ষতি হ’ব পাৰে। গতিকে, ফেটি লিভাৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ উপায় কি কি? চিকিৎসা বিষয়া ডাঃ কুইন্সি চায়ানিকাৰ পৰা অধিক জানো আহক।