Skip to main content

গ্ৰীষ্মকালীন ছালৰ যত্ন | Sun Burn, Sun Tan: Summer Skin Care in Assamese | Dr Sharadi Shreemoyee

Dr Sharadi Shreemoyee6 May 20237:47219 views

About this video

গৰমৰ দিনবোৰ ঘূৰি অহাৰ লগে লগে আমাৰ ছালত পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। গোটেই দিনটো অত্যধিক গৰম আৰু আৰ্দ্ৰতাৰ বাবে আমাৰ ছালখনক অধিক সুৰক্ষাৰ প্ৰয়োজন হয় - ফোহা আৰু ৰ’দত পোৰাৰ পৰা আৰম্ভ কৰি টেন আৰু ব্ৰণলৈকে। গতিকে গ্ৰীষ্মকালীন ছালৰ অবাঞ্চিত সমস্যাৰ পৰা হাত সাৰিবলৈ আমি আমাৰ গ্ৰীষ্মকালীন ছালৰ যত্নৰ ৰুটিন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। গতিকে, গ্ৰীষ্মকালত আমি আমাৰ ছালৰ যত্ন ল’ব পৰা উপায়বোৰ কি কি? ছালৰ যত্নৰ বিশেষজ্ঞ ডাঃ শাৰদী শ্ৰীময়ীৰ পৰা অধিক জানো আহক।