Skip to main content

মোচন ছিকনেছ: লক্ষণ আৰু চিকিৎসা | Motion Sickness: How to Treat? in Assamese | Dr Abhinav Changkakoti

Dr Abhinav Changkakoti6 August 20243:50106 views

About this video

মোচন ছিকনেছ হৈছে এজন ব্যক্তি গতিশীল অৱস্থাত, যেনে গাড়ীত উঠি বহি থকাৰ সময়ত হোৱা এক সাধাৰণ অৱস্থা। যেতিয়া আপোনাৰ চকু, ভিতৰৰ কাণ আৰু শৰীৰে আপোনাৰ মগজুলৈ বিৰোধী বাৰ্তা প্ৰেৰণ কৰে তেতিয়া এনেকুৱা হয়। গতিকে, ইয়াৰ লক্ষণসমূহ কি, ইয়াক কেনেকৈ নিৰ্ণয় আৰু চিকিৎসা কৰা হয়? আহক অধিক জানো চিকিৎসা বিষয়া ডাঃ অভিনৱ চাংকাকোটিৰ পৰা।