হঠাৎ শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা: কেনেকৈ কৰিব? | Hearing Loss: How to Treat? Assamese | Kaberi Kalita
About this video
যদি এগৰাকী ব্যক্তিয়ে হঠাৎ শ্ৰৱণ শক্তি হেৰুৱাই পেলাই তেওঁ লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে কাৰণ ই এক জৰুৰীকালিন অৱস্থা । এই সন্দৰ্ভত ডাঃ কাৱেৰী কলিতাৰ পৰা জানো আহক।