Skip to main content

হঠাৎ শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা: কেনেকৈ কৰিব? | Hearing Loss: How to Treat? Assamese | Kaberi Kalita

Kaberi Kalita9 May 202613:392 views

About this video

যদি এগৰাকী ব্যক্তিয়ে হঠাৎ শ্ৰৱণ শক্তি হেৰুৱাই পেলাই তেওঁ‌ লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে কাৰণ ই এক জৰুৰীকালিন অৱস্থা । এই সন্দৰ্ভত ডাঃ কাৱেৰী কলিতাৰ পৰা জানো আহক।