প্ৰস্ৰাৱৰ সংক্ৰমণ: চিকিৎসা আৰু প্ৰতিৰোধ | Urine Infection/ UTI in Assamese | Dr Barun Kumar
About this video
প্ৰস্ৰাৱৰ সংক্ৰমণ সাধাৰণতে দেখা যায় আৰু ইয়াৰ ফলত মূত্ৰাশয়, বৃক্ক আৰু ইয়াৰ লগত সংযুক্ত নলীত প্ৰভাৱ পৰে। সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্ৰাৱ নলী সংক্ৰমিত হ’লে হয়। বেছিভাগ ক্ষেত্ৰতে আন্ত্ৰিক অংশৰ পৰা বেক্টেৰিয়া মূত্ৰনলীৰ মাজেৰে প্ৰস্ৰাৱ নলীত প্ৰৱেশ কৰে। গতিকে, আমি কেনেকৈ প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? আহক অধিক জানো ইউৰ'লজিষ্ট ডাঃ বৰুণ কুমাৰৰ পৰা।