পিঠিৰ সমস্যা: ফিজিঅ’থেৰাপি চিকিৎসা | Physiotherapy for Back Pain in Assamese | Ashutosh Raj Preetam

Ashutosh Raj Preetam8 November 202510:3692 views

About this video

পিঠিৰ লগত জড়িত সমস্যাসমূহ বহু প্ৰকাৰৰ হ’ব পাৰে। সাধাৰণতে এই সমস্যাবোৰ হাড়, স্নায়ু, পেশী, লিগামেণ্ট আদি অংশৰ পৰা উদ্ভৱ হয় । বিভিন্ন ফিজিঅ'থেৰাপিৰ সহায়ত এই সমস্যাসমূহ উপশম কৰিব পাৰি। এই বিষয়ে অধিক জানো আহক ফিজিঅ'থেৰাপিষ্ট আশুতোষ ৰাজ প্ৰীতমৰ পৰা।