ভিটিলিগোৰ লক্ষণ আৰু ইয়াৰ চিকিৎসা | Vitiligo / White Skin Patches in Assamese | Dr Atul Bothra
About this video
ভিটিলিগো হৈছে শৰীৰে নিজে প্ৰস্তুত কৰা এটা বেমাৰ। ভিটিলিগো গোটেই শৰীৰত হ'ব পাৰে। ভিটিলিগোৰ কাৰণ কি কি? ইয়াৰ চিকিৎসা কিদৰে হয়? এই সকলোবোৰ কথা কৈছে চৰ্মৰোগ বিশেষজ্ঞ ড০ অতুল বোথ্ৰাই।